Q116
কম বয়সীয়া শিকাৰুৰ ক্ষেত্ৰত তলত দিয়া কোনটো বিবৃতি শুদ্ধ ?
- (1) একেবাৰে কম বয়সীয়া শিকাৰুৱে বিমূৰ্ত ধাৰণাসমূহ বুজি পাবলৈ টান পায়।
- (2) একেবাৰে কম বয়সীয়া শিকাৰুৱে আংশিকভাৱে বিমূৰ্ত ধাৰণাসমূহ বুজি পায়।
- (3) বিমূৰ্ত ধাৰণাসমূহৰ দ্বাৰা একেবাৰে কম বয়সীয়া শিকাৰু অনুপ্ৰাণিত হয়।
- (4) বিমূৰ্ত ধাৰণাসমূহ একেবাৰে কম বয়সীয়া শিকাৰুৱে বুজি পায়।