Q115
ছবি থকা কিতাপৰ ছবিবোৰৰ ক্ষেত্ৰত তলৰ কোনটো অশুদ্ধ ?
- (1) ছবিবোৰে শিশুৰ মনোযোগ ধৰি ৰাখে
- (2) ছবিবোৰ চাই শিশুৱেও তেনে ছবি অঁকাৰ সুযোগ দিয়ে
- (3) অচিনাকি আৰু মনত ৰাখিবলগা প্ৰসংগবোৰত ভাষা প্ৰকাশত সহায় কৰে
- (4) ছবিবোৰে বিষয়বস্তুক তুলি ধৰে
ছবি থকা কিতাপৰ ছবিবোৰৰ ক্ষেত্ৰত তলৰ কোনটো অশুদ্ধ ?
CBSE answer: (2)
উত্তৰ: (2) ছবিবোৰ চাই শিশুৱেও তেনে ছবি অঁকাৰ সুযোগ দিয়ে
সাৱধান: (3)-ত ‘অচিনাকি’ শব্দটো দেখি সেইটো ভুল বুলি ভাবিব পাৰি, কিন্তু ছবিয়ে নতুন প্ৰসংগতো ভাষা বুজাত সহায় কৰে।