Q107
ভাষাৰ আটাইতকৈ ক্ষুদ্ৰতম অৰ্থবহ গোট হৈছে
- (1) শব্দাৰ্থ অধ্যয়নবিদ্যা (semantics)
- (2) ধ্বনি বা বৰ্ণ (phoneme)
- (3) ৰূপ (morpheme)
- (4) বাক্যতত্ত্ব (syntax)
ভাষাৰ আটাইতকৈ ক্ষুদ্ৰতম অৰ্থবহ গোট হৈছে
CBSE answer: (2)
উত্তৰ: (2) ধ্বনি বা বৰ্ণ (phoneme)
টোকা: অসমীয়া প্ৰশ্নত ‘ধ্বনিৰ’ শব্দটো নাই, কেৱল ‘ক্ষুদ্ৰতম অৰ্থবহ গোট’ সোধা হৈছে; এই অৰ্থত (3) ৰূপ (morpheme)হে শুদ্ধ।