Q108
দুই-তিনিমহীয়া শিশুৱে মুক্ত স্বৰধ্বনি কিছুমান উচ্চাৰণ কৰিব পাৰে। এনে উচ্চাৰণ তলত দিয়া কোনটোৰ উদাহৰণ?
- (1) কুন্কুনোৱা (cooing)
- (2) কল্কলোৱা (babbling)
- (3) চিঞৰা (shouting)
- (4) এক-শব্দৰ উচ্চাৰণ (one-word utterances)
দুই-তিনিমহীয়া শিশুৱে মুক্ত স্বৰধ্বনি কিছুমান উচ্চাৰণ কৰিব পাৰে। এনে উচ্চাৰণ তলত দিয়া কোনটোৰ উদাহৰণ?
CBSE answer: (1)
উত্তৰ: (1) কুন্কুনোৱা (cooing)
সাৱধান: স্বৰধ্বনিৰ কথা কৈছে বাবে babbling ভুল।