Q106
চম্স্কীয়ে উত্থাপন কৰিছিল যে, ভাষা আহৰণ কৰাৰ জন্মগত তথা অন্তৰ্নিহিত ক্ষমতা হৈছে মানুহৰ এক জৈৱিক উত্তৰাধিকাৰ। এই উত্তৰাধিকাৰক কি বুলি জনা যায়?
- (1) ভাষা অভিযোজন (adaptation) ডিগ্ৰী
- (2) ভাষা আহৰণৰ (acquire) ক্ষেত্ৰ
- (3) ভাষা অধিগ্ৰহণ বা স্বীকৃতি (acceptance) অভিলাষ
- (4) ভাষা আহৰণ (acquisition) সঁজুলি বা কৌশল