Q105
উদ্ধৃত কবিতাটোত কোনবিধ কাব্যালংকাৰৰ প্ৰয়োগ স্পষ্ট?
- (1) অনুপ্ৰাস
- (2) উপমা
- (3) ৰূপক
- (4) চিত্ৰকল্প
নিৰ্দেশ : তলৰ কবিতাটো মনোযোগেৰে পঢ়ি তাৰ তলত দিয়া প্ৰশ্নসমূহৰ আটাইতকৈ উপযুক্ত/শুদ্ধ বিকল্পটো নিৰ্বাচন কৰি উত্তৰ কৰাঁ :
আহিছে মানুহ গইছে মানুহ,
মানুহ ময়াপী জীৱ ;
মানুহ সোঁতৰ অন্ত নাইকিয়া,
বুলিলে মৰত কিয় ?
মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে ;
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে।
মানুহেই লগ মানুহেই সঙ্গ
মানুহেই পৰাৎপৰ ;
এই যে পৃথিৱী স্বৰ্গতো অধিক
মানুহৰ নিজাপী ঘৰ।
মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ ;
কৰাঁ কৰাঁ পূজা পাদ্য-অৰ্ঘ্য লৈ,
জয় জয় মানৱ দেৱ।
উদ্ধৃত কবিতাটোত কোনবিধ কাব্যালংকাৰৰ প্ৰয়োগ স্পষ্ট?
CBSE answer: (1)
উত্তৰ: (1) অনুপ্ৰাস
সাৱধান: ‘মানুহেই দেৱ’ত ৰূপকৰ আভাস আছে, কিন্তু গোটেই কবিতাত চকুত পৰা অলংকাৰ হৈছে অনুপ্ৰাস।