Q103
কবিতাটোত উল্লিখিত ‘জনম’, ‘কৰম’, ‘ধৰম’ শব্দকেইটাৰ উৎস শব্দকেইটা হৈছে
- (1) জীৱন, কাৰ্য, ধ্যান
- (2) জন্ম, জীৱন, জগত
- (3) জন্ম, কৰ্ম, ধৰ্ম
- (4) কৰ্ম, ধৰ্ম, জীৱন
নিৰ্দেশ : তলৰ কবিতাটো মনোযোগেৰে পঢ়ি তাৰ তলত দিয়া প্ৰশ্নসমূহৰ আটাইতকৈ উপযুক্ত/শুদ্ধ বিকল্পটো নিৰ্বাচন কৰি উত্তৰ কৰাঁ :
আহিছে মানুহ গইছে মানুহ,
মানুহ ময়াপী জীৱ ;
মানুহ সোঁতৰ অন্ত নাইকিয়া,
বুলিলে মৰত কিয় ?
মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে ;
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে।
মানুহেই লগ মানুহেই সঙ্গ
মানুহেই পৰাৎপৰ ;
এই যে পৃথিৱী স্বৰ্গতো অধিক
মানুহৰ নিজাপী ঘৰ।
মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ ;
কৰাঁ কৰাঁ পূজা পাদ্য-অৰ্ঘ্য লৈ,
জয় জয় মানৱ দেৱ।
কবিতাটোত উল্লিখিত ‘জনম’, ‘কৰম’, ‘ধৰম’ শব্দকেইটাৰ উৎস শব্দকেইটা হৈছে
CBSE answer: (3)
উত্তৰ: (3) জন্ম, কৰ্ম, ধৰ্ম