Q150
উক্তি (A) ঃ পঠন মানে কেৱল শব্দ একোটা শুদ্ধকৈ উচ্চাৰণ কৰাই নহয়।
যুক্তি (R) ঃ পঠনে অৰ্থোদ্ধাৰ কৰে।
আটাইতকৈ উপযুক্ত বিকল্পটো বাছি উলিওৱাঁ।
- (1) (A) আৰু (R) দুয়োটাই শুদ্ধ, কিন্তু (R), (A)-ৰ সঠিক ব্যাখ্যা নহয়
- (2) (A) শুদ্ধ, কিন্তু (R) অশুদ্ধ
- (3) (A) অশুদ্ধ, কিন্তু (R) শুদ্ধ
- (4) (A) আৰু (R) দুয়োটাই শুদ্ধ, আৰু (R) হৈছে (A)-ৰ সঠিক ব্যাখ্যা