Q149
পঞ্চম মানৰ এগৰাকী শিক্ষকে ছাত্ৰ-ছাত্ৰীক এটা সাধু লিখিবলৈ দিছে আৰু তেওঁ শ্ৰেণীকোঠাটোৰ ইমূৰৰ পৰা সিমূৰলৈ খোজ কাঢ়ি কাঢ়ি সিহঁতৰ ভুলবোৰ শুধৰোৱাত সহায় কৰিছে অথবা নতুন শব্দ সুধিছে। এই ক্ষেত্ৰত শিক্ষকগৰাকীৰ ভূমিকা হৈছে —
- (1) প্লেনাৰ
- (2) কাৰ্য সুচল আৰু উজু কৰোঁতা
- (3) নিৰ্ণায়ক বা নিদান দিওঁতা
- (4) মেনেজাৰ