Q143
শিশুক সাধু কোৱাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অশুদ্ধ ?
- (1) সাধু শুনি শিশুৱে বাক্যৰ গঠন শিকে
- (2) সাধুৰ পৰা সিহঁতে সমস্যা সমাধান কৌশল শিকে
- (3) সাধুৰ পৰা সিহঁতে জীৱনত অনুসৰণ কৰিবলগা নতুন নতুন নৈতিক মূল্য শিকে
- (4) সাধু শুনিলে শিশুৱে নতুন নতুন শব্দ শিকে আৰু শব্দভাণ্ডাৰ বৃদ্ধি কৰে