Q138
উক্তি (A) ঃ নিদানমূলক (Remedial) শিক্ষণ হৈছে শিক্ষণ-শিকন প্ৰক্ৰিয়াটোৰ এক অপৰিহাৰ্য অংগ।
যুক্তি (R) ঃ নিদানমূলক শিক্ষণ হৈছে পুনৰবাৰ শিকোৱা, প্ৰয়োজনীয় নহয় যে একেটা ধৰণতে শিকোৱা, যেতিয়া ভাষা সামগ্ৰী এটা ভালদৰে শিকা নহয়।
আটাইতকৈ উপযুক্ত বিকল্পটো বাছি উলিওৱাঁ।
- (1) (A) আৰু (R) উভয়ে শুদ্ধ, কিন্তু (R), (A)-ৰ সঠিক ব্যাখ্যা নহয়
- (2) (A) শুদ্ধ, কিন্তু (R) অশুদ্ধ
- (3) (A) অশুদ্ধ, কিন্তু (R) শুদ্ধ
- (4) (A) আৰু (R) উভয়ে শুদ্ধ, আৰু (R) হৈছে (A)-ৰ সঠিক ব্যাখ্যা