Q137
গল্প আৰু তেনে কিছুমান গদ্যৰ এটা সংকলন ভাষা শিকাৰ এক পৰিপূৰক পঠন হিচাপে ৰখা হৈছে। এনে পৰিপূৰক পঠনৰ উদ্দেশ্য হৈছে —
- (1) ঐকান্তিক (intensive) পঠনৰ পৃষ্ঠপোষকতা কৰা
- (2) নৈতিক শিক্ষাক উৎসাহ দিয়া
- (3) বিস্তৃত (extensive) পঠনৰ পৃষ্ঠপোষকতা কৰা
- (4) বহুভাষিকতাক ব্যাপক কৰি তোলা