Q118
ভাষা বিকাশৰ বোধশক্তি সম্বন্ধীয় সূত্ৰ তথা Cognitive Theory-এ মত পোষণ কৰে যে —
- (1) পুৰস্কাৰ প্ৰদান আৰু শাস্তিবিধানৰ দ্বাৰা ভাষা শিকা হয়
- (2) সমাজৰ সৈতে কথা-বতৰা বা ভাব বিনিময়ৰ দ্বাৰা ভাষা শিকা হয়
- (3) শিশু এটাই মৌখিকভাবে কোৱাৰ আগতে ধাৰণাটো বুজি পোৱাটোৰ ওপৰত ভাষাৰ শিকন নিৰ্ভৰ কৰে
- (4) ভাষা প্ৰত্যেকৰে এক জন্মগত বা সহজাত দক্ষতা