Q112
এগৰাকী শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ শব্দভাণ্ডাৰ বৃদ্ধি কৰিবৰ কাৰণে এক বিশ্বাসযোগ্য আৰু ছাত্ৰ-ছাত্ৰীৰ কাৰণে সহজ হোৱাকৈ প্ৰস্তুত কৰা ভাষা সামগ্ৰী কৰিছে। এই শিক্ষণ সামগ্ৰীবিধ হৈছে —
- (1) ৰ’ল-কাৰ্ড
- (2) দ্বিভাষিক অভিধান
- (3) স্তৰ অনুসৰি পঠন পুথি
- (4) বাতৰি কাকত