Q111
উক্তি (A) ঃ প’ৰ্টফলিঅ’ হৈছে ছাত্ৰ-ছাত্ৰীয়ে কৰা কামবোৰৰ উদ্দেশ্য প্ৰণোদিত সংগ্ৰহ।
যুক্তি (R) ঃ প’ৰ্টফলিঅ’ই ছাত্ৰ-ছাত্ৰীক নিজৰ নিজৰ সামৰ্থ আৰু দুৰ্বলতাবোৰ মূল্যায়ন কৰিবলৈ উৎসাহিত কৰে।
তলত দিয়া বিকল্পসমূহৰ আটাইতকৈ শুদ্ধটো বাছি উলিওৱাঁ।
- (1) (A) আৰু (R) দুয়োটাই শুদ্ধ, কিন্তু (R), (A)-ৰ শুদ্ধ ব্যাখ্যা নহয়
- (2) (A) শুদ্ধ, কিন্তু (R) অশুদ্ধ
- (3) (A) অশুদ্ধ, কিন্তু (R) শুদ্ধ
- (4) (A) আৰু (R) দুয়োটাই শুদ্ধ, আৰু (R) হৈছে (A)-ৰ শুদ্ধ ব্যাখ্যা