Q148
যেতিয়া ভাষাৰ কোনো পৰিৱেশ বা অভিজ্ঞতাৰ সংস্পৰ্শলৈ নহাকৈ কেঁচুৱা এটা বা একেবাৰে কমবয়সীয়া শিশু এটা ডাঙৰ হয়, তেতিয়া তেনে শিশুৰ ভাষাৰ বিকাশ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয় আৰু এই ক্ষতিৰ সংশোধনো নহয়। তলৰ কোনটোৱে এই ব্যাখ্যাক প্ৰতিনিধিত্ব কৰে?
- (1) সহজাত গুণবাদ (Nativism)
- (2) বিকাশৰ স্পৰ্শকাতৰ স্তৰ
- (3) সমাজ ভাষাবিজ্ঞান
- (4) শব্দাৰ্থ অধ্যয়ন বিদ্যা