Q147
ব্যাকৰণৰ ক্ষেত্ৰত তলত দিয়া উক্তিকেইটাৰ ভিতৰত কোনটো শুদ্ধ?
- (1) ব্যাকৰণৰ জ্ঞানে বক্তৃতা বা কথন সলসলীয়া হোৱাত সহায় কৰে।
- (2) ব্যাকৰণৰ কিছুমান নীতি বা সূত্ৰ থাকে, যিবোৰ প্ৰয়োগৰ পূৰ্বে মুখস্থ কৰিব লগা হয়।
- (3) ব্যাকৰণ হৈছে ভাষাৰ এক প্ৰণালী, যি আমাৰ কথা কোৱা আৰু লিখাৰ দক্ষতাক মসৃণ কৰি তোলে।
- (4) বিদেশী ভাষা এটা শিকোঁতে ব্যাকৰণৰ কোনো ভূমিকা নাই।