Q116
বুনিয়াদী স্তৰত পঠন দক্ষতাৰ মূল্যায়ন কৰিবৰ কাৰণে তলত দিয়া কোনটোত শিক্ষকে আটাইতকৈ মনোযোগ দিয়া উচিত?
- (1) বৰ্ণমালাৰ আখৰবোৰ চিনি পোৱা
- (2) যতিচিহ্নৰ ব্যৱহাৰ
- (3) অনৰ্গলতাৰে বা সাৱলীলভাৱে পঠন
- (4) বুজি পাই কৰা পঠন
বুনিয়াদী স্তৰত পঠন দক্ষতাৰ মূল্যায়ন কৰিবৰ কাৰণে তলত দিয়া কোনটোত শিক্ষকে আটাইতকৈ মনোযোগ দিয়া উচিত?
CBSE answer: (4)
উত্তৰ: (4) বুজি পাই কৰা পঠন
সাৱধান: আখৰ চিনা আৰু সাৱলীল পঠন প্ৰয়োজনীয়, কিন্তু সেইবোৰ বুজি পোৱাৰ বাবে আহিলাহে; অৰ্থ নুবুজাকৈ সাৱলীলভাৱে পঢ়াটো প্ৰকৃত পঠন নহয়।