Q115
একোটা শ্ৰেণীত ছাত্ৰ-ছাত্ৰীক বহিবলৈ দিয়া স্থানসমূহৰ সালসলনি কৰা উচিত। কাৰণ, এনে কৰিলে
- (1) ছাত্ৰ-ছাত্ৰীবোৰক স্থায়ী বন্ধুত্বৰ গোট গঠন কৰাৰ পৰা বিৰত কৰিব পৰা যাব
- (2) ভিন-ভিন গোট গঠন কৰিব পৰা যাব, যোৰ (pair) পাতিব পৰা যাব আৰু সহজে সমগ্ৰ শ্ৰেণীজড়িত কাৰ্য কৰোঁৱাব পৰা যাব
- (3) ছাত্ৰ-ছাত্ৰীবোৰে সিহঁতে য’তেই যেনেকৈ বহিব বিচাৰে, তেনেকৈ বহাৰ স্বাধীনতা পাব
- (4) শিক্ষকগৰাকীয়ে তেওঁৰ শ্ৰেণীকোঠাটোৰ গুণ বৰ্তাই ৰাখিবলৈ সুবিধা পাব