Q146
উক্তি (A) ঃ সাক্ষৰতাৰ প্ৰাৰম্ভিক স্তৰত ছবি বা চিত্ৰাংকনক আখৰ লিখাৰ আৰম্ভনি বুলি ধৰা হয়।
যুক্তি (R) ঃ ছবিবোৰ হৈছে চিহ্ন বা প্ৰতীক আৰু ছবিয়ে অৰ্থ বহন কৰে।
আটাইতকৈ উপযুক্ত বিকল্পটো চয়ন কৰাঁ।
- (1) (A) আৰু (R) উভয়ে শুদ্ধ, কিন্তু (R), (A)-ৰ শুদ্ধ ব্যাখ্যা নহয়
- (2) (A) শুদ্ধ, কিন্তু (R) অশুদ্ধ
- (3) (A) অশুদ্ধ, কিন্তু (R) শুদ্ধ
- (4) (A) আৰু (R) উভয়ে শুদ্ধ, আৰু (R) হৈছে (A)-ৰ শুদ্ধ ব্যাখ্যা