Q141
ভাষাৰ শিক্ষক এগৰাকীৰ মৌলিক দ্বায়িত্ব হৈছে —
- (1) শিক্ষণৰ কাৰণে বিষয় সামগ্ৰী বা বিষয়বস্তু নিৰ্বাচন কৰা
- (2) শিকাৰুসকলত গোটত ভাগ কৰা
- (3) শিকাৰুক নিৰ্দেশ দিয়া
- (4) শিকাৰুৰ যোগাযোগৰ ক্ষেত্ৰত হোৱা ভাষাৰ অসুবিধা বা প্ৰয়োজনসমূহ চিহ্নিত কৰা
ভাষাৰ শিক্ষক এগৰাকীৰ মৌলিক দ্বায়িত্ব হৈছে —
CBSE answer: (4)
উত্তৰ: (4) শিকাৰুৰ যোগাযোগৰ ক্ষেত্ৰত হোৱা ভাষাৰ অসুবিধা বা প্ৰয়োজনসমূহ চিহ্নিত কৰা
সাৱধান: কেৱল নিৰ্দেশ দিয়াটো শিক্ষককেন্দ্ৰিক ধাৰণা।