Q120
পাঠ্যপুথিবোৰত গল্প, কবিতা, নাটক আৰু বিভিন্ন লেখকৰ বিভিন্ন ধৰণৰ লেখা থাকে। আমি এনেধৰণৰ সামগ্ৰী নিৰ্বাচন কৰা উচিত, কাৰণ সেইবোৰ —
- (1) পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যৰেই লিখা হয়।
- (2) বিখ্যাত লেখকৰ দ্বাৰা লিখা হয়।
- (3) সহজ ভাষাত লিখা হয়।
- (4) নিৰ্ভৰযোগ্য আৰু স্বাভাৱিক ভাষাৰ হয়।