Q141
শ্ৰেণীকোঠাত কবিতা পঢ়াবৰ কাৰণে প্ৰথমে শিক্ষকজনে কবিতাটো পঢ়ি শুনালে আৰু তাৰ পাছত তেওঁ কিছুমান গোটত ছাত্ৰ-ছাত্ৰীবোৰক ভাগ কৰি দলীয় কাৰ্য কিছুমান কৰিবলৈ দিলে। এটা গোটে কবিতাটোৰ বিষয়বস্তু লিখিব, আন এটা গোটে কবিতাটোৰ মুখ্য চৰিত্ৰটোৰ ছবি আঁকিব আৰু আন এটা গোটে কবিতাটোৰ সাৰাংশ লিখিব। শিক্ষকজনৰ এই কাৰ্যৰ উদ্দেশ্য হৈছে
- (1) শিকাৰুৰ মন আনফালে ঢাল খুউৱা
- (2) শ্ৰেণীটোৰ সকলো ছাত্ৰ-ছাত্ৰীকে জড়িত কৰা
- (3) শিকাৰুৰ ভিন ভিন দক্ষতা আৰু ৰাপক প্ৰোৎসাহিত কৰা
- (4) ছাত্ৰ-ছাত্ৰীবোৰক মূল্যায়নৰ কাৰণে প্ৰস্তুত কৰা