Q138
তুমি লক্ষ্য কৰিছা যে তোমাৰ ছাত্ৰ-ছাত্ৰীবোৰক লক্ষ্য ভাষা (target language)-ৰ নমুনা কিছুমানৰ সৈতে পৰিচয় কৰাই সিহঁতক সেইবোৰ অনুকৰণ আৰু সঁহাৰিৰ প্ৰতি উৎসাহিত কৰাৰ প্ৰয়োজনীয়তা আছে। এই উদ্দেশ্যৰ কাৰণে তলত দিয়া কোনটো পদ্ধতি আটাইতকৈ উপযুক্ত হ’ব?
- (1) প্ৰত্যক্ষ পদ্ধতি
- (2) যোগাযোগমূলক ভাষা শিক্ষণ
- (3) শ্ৰব্য-ভাষিক পদ্ধতি
- (4) ব্যাকৰণ-অনুবাদ পদ্ধতি