By signing in you confirm you are 18 or older, or have your parent’s or guardian’s consent.

CTET 7 Feb 2026 Paper 1 Assamese, Question 136

Topic: Language acquisition

Q136

দ্বিতীয় ভাষা আহৰণৰ ক্ষেত্ৰত প্ৰযোজ্য সূত্ৰ বা তত্ত্বত আহৰণ (acquisition), স্বাভাৱিক, ইন্‌পুট্, প্ৰভাৱী প্ৰমেয় (dominant hypothesis), আদি পৰিভাষাসমূহ ব্যৱহাৰ কৰা ভাষাবিদগৰাকী আছিল

  1. (1) ৱীগট্‌স্কী
  2. (2) ষ্টিভেন পিংকাৰ
  3. (3) চম্‌স্কী
  4. (4) ষ্টিফেন ক্ৰেশ্বেনCorrect answer

Solution.

CBSE answer: (4)

উত্তৰ: (4) ষ্টিফেন ক্ৰেশ্বেন

  1. দ্বিতীয় ভাষা আহৰণৰ তত্ত্বত আহৰণ আৰু শিকনৰ পাৰ্থক্য, স্বাভাৱিক ক্ৰম, ইনপুট আৰু অন্যান্য প্ৰমেয় দাঙি ধৰিছিল ষ্টিফেন ক্ৰেশ্বেনে।
  2. তেওঁৰ মতে বুজিব পৰা ইনপুট পালেহে ভাষা আহৰণ হয়।

সাৱধান: চমস্কীয়ে প্ৰথম ভাষাৰ সহজাত ক্ষমতাৰ কথা কৈছিল; ৱীগট্‌স্কীয়ে সামাজিক অন্তঃক্ৰিয়াৰ কথা।