Q120
তোমাৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীবোৰৰ মাজৰ ব্যক্তিবিশেষ-পাৰ্থক্যসমূহ চিহ্নিত কৰিব বিচাৰিছা। ইয়াৰ কাৰণে তুমি তলৰ কোনটোৰ প্ৰয়োগ কৰিবা?
- (1) সহপাঠীৰ মাজত পাৰস্পৰিক মূল্যায়ন
- (2) হেতু নিৰ্ণায়ক (Diagnostic) মূল্যায়ন
- (3) সাৰাংশীকৃত মূল্যায়ন
- (4) গঠনাত্মক মূল্যায়ন