Q118
ইংৰাজী ব্যাকৰণ শিকোৱাৰ এটা মুখ্য উদ্দেশ্য হৈছে
- (1) আমাৰ ধাৰণাসমূহৰ মৌলিকতা বৃদ্ধি কৰা
- (2) ভাষণ আৰু লিখনত ধাৰণাসমূহ যুক্তিযুক্তভাৱে আৰু শুদ্ধকৈ প্ৰকাশ কৰাৰ দক্ষতা বিকাশ কৰা
- (3) সূত্ৰ বা নিয়মবোৰ মনত ৰখাৰ দক্ষতা বৃদ্ধি কৰা
- (4) অধ্যয়নত ৰাপ বৃদ্ধি কৰা